অসম

assam

ETV Bharat / state

শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে নগাঁও লোকসভা সমষ্টিৰ ভোটগ্ৰহণ - অসম নিৰ্বাচন

সমষ্টিটোৰ বিভিন্ন ভোটকেন্দ্ৰত ৰাতিপুৱাৰে পৰা লানি নিছিগা সোঁত ভোটাৰৰ ৷

শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে নগাঁও লোকসভা সমষ্টিৰ ভোটগ্ৰহণ

By

Published : Apr 18, 2019, 9:47 AM IST

বঢ়মপুৰ, 18 এপ্ৰিল : নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত 82 নং ৰহা সমষ্টিৰ কচুৱা পঞ্চায়তত ৰাতিপুৱাৰে পৰা ভোটদাতাৰ লানি নিছিগা সোঁত ৷ লোকৰ কান্ধত ভৰ দি ভোট দান কৰিবলৈ আহিল জ্যেষ্ঠ নাগৰিকো ৷

শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে নগাঁও লোকসভা সমষ্টিৰ ভোটগ্ৰহণ

ইফালে প্ৰচণ্ড ৰ'দত কোলাত কেঁচুৱা লৈয়ো ভোটদানৰ বাবে আগবাঢ়ি আহিছে বোৱাৰীসকলো ৷ জীৱনত প্ৰথমবাৰ ভোটাধিকাৰ সাব্যস্ত কৰি উৎফুল্লিত হৈ পৰিল ন ভোটাৰ সকলো ৷ 87 নং বঢ়মপুৰ বিধান সভাৰ সমষ্টিৰ বিভিন্ন ভোট কেন্দ্ৰসমূহতো ৰাতিপুৱাৰে পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

ABOUT THE AUTHOR

...view details