নগাঁও, ২২ জানুৱাৰী :শুকুৰবাৰে নগাঁৱত গাঁওৰক্ষী বাহিনীৰ ৭২ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । নগাঁও জিলাৰ আৰক্ষী ছাউনীত অনুষ্ঠিত হোৱা কাৰ্যসূচীত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক গুৰাৱ অভিজিত দিলীপ উপস্থিত থাকে । অনুষ্ঠানত নগাঁৱৰ পঞ্জীয়নভুক্ত ১৬৮ টা ভি ডি পিৰ ভিতৰত ১০ টা গাঁওৰক্ষী বাহিনীক শ্ৰেষ্ঠ ভি ডি পিৰ মান পত্ৰ প্ৰদান কৰে ।
নগাঁৱত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন - ১৬৮ টা ভি ডি পিৰ ভিতৰত ১০ টা গাঁওৰক্ষী বাহিনীক শ্ৰেষ্ঠ ভি ডি পিৰ মান পত্ৰ প্ৰদান
নগাঁৱত গাঁওৰক্ষী বাহিনীৰ ৭২ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । অনুষ্ঠানত নগাঁৱৰ পঞ্জীয়নভুক্ত ১৬৮ টা ভি ডি পিৰ ভিতৰত ১০ টা গাঁওৰক্ষী বাহিনীক শ্ৰেষ্ঠ ভি ডি পিৰ মান পত্ৰ প্ৰদান কৰে ।
নগাঁৱত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন
শ্ৰেষ্ঠ গাঁওৰক্ষী বাহিনীৰ সন্মান লাভ কৰি গৌৰৱ অনুভৱ কৰে পূৱ শিমলুগুৰিৰ সম্পাদক আব্দুল বাৰেকে। ভাল কামৰ ভাল ফলাফল পালে আৰু অধিক উৎসাহেৰে দেশ মাতৃৰ কাৰণে সেৱা কৰিবলৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে পূব শিমলুগুৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদক আব্দুক বাৰেকে ।
লগতে পঢ়ক :অসম ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক প্ৰতিশ্ৰুতি সোঁৱৰালে দেৱব্ৰত শইকীয়াই