বাগৰিত চোৰাং কাঠ সহ ট্ৰাক জব্দ - চোৰাং চেগুনৰ কুণ্ডা ভৰ্তি ট্ৰাক
কলিয়াবৰৰ বাগৰিত আৰক্ষীৰ অভিযানত দুখন ট্ৰাকৰ পৰা জব্দ বৃহৎ পৰিমাণৰ চেগুন কাঠ ৷ জব্দকৃত ট্ৰাক দুখনৰ নম্বৰ NL-01-AD-2273 আৰু NL-01-AD-2269
![বাগৰিত চোৰাং কাঠ সহ ট্ৰাক জব্দ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4169325-884-4169325-1566121913543.jpg)
বাগৰিত চোৰাং কাঠ সহ ট্ৰাক জব্দ
কলিয়াবৰ, 18 আগষ্টঃ
- কলিয়াবৰৰ বাগৰীত জব্দ দুখন চোৰাং চেগুনৰ কুণ্ডা ভৰ্তি ট্ৰাক
- বাগৰী আৰক্ষীৰ অভিযানত জব্দ ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী ট্ৰাক দুখন
- প্লাইউদৰ মাজত লুকুৱাই ট্ৰাক দুখনত আনিছিল বুজন পৰিমাণৰ চেগুনৰ কুণ্ডা
- জব্দকৃত ট্ৰাক দুখনৰ নম্বৰ NL-01-AD-2273 আৰু NL-01-AD-2269