ৰূপহীহাট, 12 আগষ্ট: ৰূপহীহাটৰ জুৰীয়া দগাঁৱত এক শোকাৱহ ঘটনা ৷ পানীত পৰি মৃত্যু দুই শিশুৰ ৷ মৃত্যু হোৱা দুই শিশু ক্ৰমে মামনি বেগম (10) আৰু মৌচুমী বেগম(11) ৷ দগাঁৱত বুধবাৰে সন্ধিয়া সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো ।
একে গাঁৱৰে শিশু দুটিয়ে ঘৰৰ ওচৰতে পুখুৰীৰ পাৰত খেলি থাকোতে পানীত পৰি মৃত্যু হয় ।