অসম

assam

ETV Bharat / state

আঙুৰলতা ডেকাক লৈ অশালীন মন্তব্য কৰি ৰঙাঘৰলৈ এজন - বটদ্ৰৱা সমষ্টিৰ বিধায়িকা

বিধায়িকা আঙুৰলতা ডেকাৰ ফেচবুক পেজত আন্ধাৰৰ আঁৰত জোনাক নামৰ এটা ফেচবুক একাউন্টৰ পৰা অশ্লীল মন্তব্য কৰিছিল ।

Nagaon
বটদ্ৰৱা

By

Published : Jun 21, 2020, 3:19 PM IST

Updated : Jun 21, 2020, 7:49 PM IST

নগাঁও, 21 জুন :ফেচবুকত বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল এজন যুৱক। নগাঁৱৰ ডুমডুমীয়াৰ অভিনন্দন নাথ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে নগাওঁ আৰক্ষীয়ে। বিধায়িকা আঙুৰলতা ডেকাৰ ফেচবুক পেজত আন্ধাৰৰ আঁৰত জোনাক নামৰ এটা ফেচবুক একাউন্টৰ পৰা অশ্লীল মন্তব্য কৰিছিল । এই সন্দৰ্ভত বটদ্ৰৱাৰ এগৰাকী বিজেপি কৰ্মীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিনন্দন নাথ আৰু গম্ভীৰ বৰা নামৰ দুই যুৱকক আটক কৰি জেৰা চলায় ৷ জেৰাৰ অন্তত অভিনন্দন নাথ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আঙুৰলতা ডেকাক লৈ অশালীন মন্তব্য কৰি ৰঙাঘৰলৈ দুজন
Last Updated : Jun 21, 2020, 7:49 PM IST

ABOUT THE AUTHOR

...view details