কলিয়াবৰ, 19 জানুৱাৰীঃশনিবাৰে নিশা কলিয়াবৰৰ আটক দুই বাইক চোৰ ৷ পাঁচখন চুৰি মটৰ চাইকেলসহ আৰক্ষীৰ জালত পৰে চোৰ দুজন। চুলুং আৰক্ষীৰ অভিযানত কলিয়াবৰৰ বৰঘুলীৰ পৰা বাইকসহ আটক দুই চোৰ । ধৃত দুই চোৰ বৰঘুলীৰ আব্দুল হাকিম (৫১) আৰু ম: ৰমিজুদ্দিন (২১) ।
কলিয়াবৰত আটক বাইক চোৰ পিতা-পুত্ৰ - কলিয়াবৰৰ বৰঘূলীত আটক দুই বাইক চোৰ
শনিবাৰে নিশা কলিয়াবৰত আটক দুই বাইক চোৰ ৷ দুই চোৰ সম্পৰ্কত পিতা-পুত্ৰ।
কলিয়াবৰত আটক বাইক চোৰ পিতা-পুত্ৰ
জানিব পৰা মতে, দুই চোৰ সম্পৰ্কত পিতা-পুত্ৰ। বিগত বহু দিন ধৰি বাইক চুৰি কৰি স্থানীয় ৰাইজৰ মূৰৰ কামোৰণি হৈ পৰিছিল দুই পিতা-পুত্ৰ ৷ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে দুয়োটা চোৰ ৷
লগতে পঢ়কঃ উখল মাখল প্ৰকৃতিৰাণী ভৈৰৱকুণ্ড.....