অসম

assam

By

Published : Apr 18, 2021, 2:49 PM IST

ETV Bharat / state

পুনৰ কলিয়াবৰত ক'ভিড-19ত আক্ৰান্ত দুজন

পুনৰ নগাঁও জিলাত বহু কেইজন লোকৰ দেহত ক'ৰণা ভাইৰাচৰ উপস্থিতি ধৰা পাচতে দেওবাৰে পুনৰ কলিয়াবৰত দুগৰাকী লোকৰ দেহত ক’ভিড সংক্ৰমণ ধৰা পৰিছে ৷

পুনৰ কলিয়াবৰত ক'ভিড-19ত আক্ৰান্ত দুজন
পুনৰ কলিয়াবৰত ক'ভিড-19ত আক্ৰান্ত দুজন

কলিয়াবৰ,18 এপ্ৰিল:ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ পুনৰ নগাঁও জিলাত বহু কেইজন লোকৰ দেহত ক'ৰণা ভাইৰাচৰ উপস্থিতি ধৰা পাচতে দেওবাৰে পুনৰ কলিয়াবৰত দুগৰাকী লোকৰ দেহত ক’ভিড সংক্ৰমণ ধৰা পৰিছে ৷

বৰভগীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী জোনটি বৰুৱাৰ দেহত ক'ৰণা ভাইৰাচৰ উপস্থিতি ধৰা পৰাৰ লগতে শিক্ষয়িত্ৰী গৰাকীৰ পৰিয়ালৰ আৰু দুজন লোকৰ দেহত ধৰা পৰিছে ভাইৰাচৰ উপস্থিতি । এই পৰ্যন্ত কলিয়াবৰত মুঠ ১৩ জনলৈ বৃদ্ধি পালে ক’ভিড আক্ৰান্তৰ সংখ্যা।

লগতে পঢ়ক: ডিব্ৰুগড়ত ক’ভিডত আক্ৰান্ত হৈ দুজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details