অসম

assam

ETV Bharat / state

নগাঁৱত ভয়ঙ্কৰ দুৰ্ঘটনা,কথমপি প্ৰান ৰক্ষা শিশু সহ মহিলাৰ

নগাঁও জিলাৰ কঠিয়াতলিত ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হয় । পথৰ মাজত বাগৰি পৰিল AS 02BC 8721 নম্বৰৰ এখন ডাম্পাৰ । কথমপি প্ৰান ৰক্ষা পৰিল বাইক আৰোহি আৰু শিশু সহ মহিলাৰ । 

By

Published : Jun 7, 2020, 10:19 PM IST

Tragic accident in nagaon
Tragic accident in nagaon

নগাঁও, ৭ জুন : লক্ ডাউনৰ মাজতে দেওঁবাৰে নগাঁও জিলাৰ কঠিয়াতলিত ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হয় । পথৰ মাজত বাগৰি পৰিল AS 02BC 8721 নম্বৰৰ এখন ডাম্পাৰ । 

আনহাতে, দুৰ্ঘটনাটোত কথমপি প্ৰান ৰক্ষা পৰিল বাইক আৰোহি আৰু শিশু সহ মহিলাৰ । 

জানিব পৰা মতে, চোৰাং বালি সৰবৰাহ কৰা ডাম্পাৰখনে আৰক্ষী আৰু বনবিভাগৰ চকুত ধূলি দি পলাব বিচাৰোতেই এই দূৰ্ঘটনা সংঘটিত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । দুৰ্ঘটনাটোৰ পিছতে ৰাইজৰ মাজত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ।

দীৰ্ঘ দিন ধৰি AS02BC 8721 নম্বৰ ডাম্পাৰখনে চোৰাং ভাবে বালি সৰবৰাহ কৰাৰ অভিযোগ উখাপন হৈ আহিছে । 

লগতে পঢ়ক : কাৰ্বি আংলঙত অস্ত্ৰসহ আটক 4 উগ্ৰপন্থী সদস্য

ABOUT THE AUTHOR

...view details