স্বাধীনতা দিৱসৰ এদিন পাছতেই আৰক্ষীৰ বাহনৰ তলত ওলাল বোমা
স্বাধীনতা দিৱসৰ উলহ মালহ শেষ নৌহওঁতেই আৰক্ষীৰ বাহনৰ তলত ওলালে বোমা (Alleged bomb found under vehicle of policeman)৷ মঙলবাৰে অমৃতসৰৰ ৰঞ্জিত এভিনিউ অঞ্চলৰ চি ব্লকত এগৰাকী আৰক্ষী বিষয়াৰ বাহনৰ তলত এটা বোমা উদ্ধাৰ কৰা হয় ৷
লিটাৰত ২ টকা বৃদ্ধি আমুল আৰু মাদাৰ ডেইৰী গাখীৰৰ মূল্য
মঙলবাৰে আমুল গ'ল্ড, আমুল শক্তি আৰু আমুল তাজা গাখীৰ ব্ৰেণ্ডৰ মূল্য প্ৰতি লিটাৰত 2 টকাকৈ বৃদ্ধি কৰা হয় (Prices of Amul milk hike Rs 2 per litre) ।
স্বাধীনতা দিৱসত খাৰুপেটীয়াত মানৱীয় প্ৰমূল্যৰ অতুলনীয় নিদৰ্শন ৩ ভাতৃৰ
দৰঙৰ খাৰুপেটীয়াৰ অচিনতলা গাঁৱৰ তিনি ভাতৃ ক্ৰমে আলী হুছেইন, আলফেচ আলী আৰু আক্কাছ আলীয়ে কেইবাজনো মানসিক বিকাৰগ্ৰস্ত লোকৰ চুলি কাটি, গা ধুৱাই দি নতুন কাপোৰ পিন্ধিবলৈ দিয়াৰ লগতে খাদ্যৰো যোগান ধৰে (Three brothers served mentally challenged people in Kharupetia) ।
ভাৰত চীন যুদ্ধকে ধৰি বহুকেইখন যুদ্ধৰ অভিজ্ঞতা বৰ্ণনা কৰিলে প্ৰাক্তন সেনা বিষয়া ডি বি লামাই
স্বাধীনতাৰ ৭৫ বছৰ(75 years of independence) পিছত এগৰাকী প্ৰাক্তন ভাৰতীয় সেনা বিষয়াই নিজে ভাগ লোৱা কেবাখনো যুদ্ধৰ বিষয়ে ৰোমন্থন কৰিলে । ইটিভ ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত লে.কৰ্ণেল ডি বি লামাই(Colonel D B Lama) ভাৰত-বাংলাদেশ আৰু ভাৰত-চীন যুদ্ধৰ কিছু খতিয়ান বৰ্ণনা কৰে ।
জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৭ সেনা জোৱান, আহত বহু
জম্মু-কাশ্মীৰত নদীত পৰিল নিৰাপত্তা বাহিনীৰ জোৱানক কঢ়িওৱা বাছ (Bus carrying security forces personnel fall into river)। উক্ত দুৰ্ঘটনাত মৃত্যু হৈছে ৭ সেনা জোৱানৰ (7 ITBP soldier death in bus accident) । আনহাতে, আহত হৈছে আন বহুকেইজন ।