অভিষেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে অসমৰ সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ
এদিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে বুধবাৰে অসমলৈ আহিছিল তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জী (Abhishek Banarjee in Assam)। তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ (Allegation of misbehave against West Bangal Police) ৷ অভিষেক বেনাৰ্জীৰ মতে, সৰু কথা ইচ্যু কৰা হৈছে ৷
পুনৰ আলফা(স্বা)মুখী নতুন প্ৰজন্ম: উজনি-নামনিত অন্তৰ্ধান বহুজন
যিসময়ত আলফা (স্বা) ৰ সৈতে ৰাজ্য চৰকাৰে শান্তি আলোচনাৰ এক পৰিবেশ ৰচনা কৰাৰ চেষ্টা চলাইছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰি আহিছে তেনে সময়তে এদিন-দুদিনৰ মুৰে মুৰে নতুন প্ৰজন্মৰ প্ৰতিনিধিয়ে আলফা (স্বা) লৈ ঢাপলি মেলাটো তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে (Youths from Assam joining outlawed ULFA I) । গুৱাহাটীৰ গীতা মন্দিৰ অঞ্চলৰ মানৱ ডেকা নামৰ এজন যুৱকো আলফা (স্বা) ত যোগ দিয়া বুলি সন্দেহ কৰা হৈছে ।
Sedition law : ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
ভাৰতীয় দণ্ডবিধিৰ ১২৪ এ ধাৰা এখন ১৫২ বছৰ পুৰণি আইন, যাৰ অধীনত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰসমূহ ৰুজু কৰা হয় । এই সংক্ৰান্তীয় এক নিৰ্দেশনাত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহকো পুনৰ বিবেচনাৰ সময়চোৱাত এই ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাটো বন্ধ ৰাখিবলৈ নিৰ্দেশ(SC orders to keep sedition law in abeyance) দিয়ে ।
টাটা টেকনলজিছ লিমিটেড আৰু অসম চৰকাৰৰ মাজত বুজাবজি চুক্তি সম্পন্ন
ৰাজ্যৰ ঔদ্যোগিক শিক্ষাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ আৰু টাটা টেকনলজিছ লিমিটেডৰ লগত বুধবাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়(MoU between Tata Technologies and Assam Govt)। জনতা ভৱনত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা টেকন'লজিছ লিমিটেডৰ অধ্যক্ষ সুব্ৰমনিয়াম ৰামদোৰায়ৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ।
TMC ৰ সভাত সাংবাদিকক অপমান কৰাক লৈ প্ৰতিক্ৰিয়া অখিল গগৈৰ
TMC সভাত সাংবাদিকক অপমান কৰাক লৈ মাজুলীত প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ (Akhil Gogoi reacts on journalist insulting at TMC meeting) ৷ তেওঁ কয় যে, নিৰাপত্তা ৰক্ষীয়ে সাংবাদিকক আক্ৰমণ কৰা বা অত্যাচাৰ কৰাটো অত্যন্ত ভয়ংকৰ ঘটনা । যুদ্ধই হওঁক বা আন কোনো ঘটনাই হওঁক সমাজৰ আগত সাংবাদিকসকলেই সকলো দাঙি ধৰে বুলি উল্লেখ কৰি তেও কয়, সাংবাদিকসকল সমাজৰ জাগ্ৰত পহৰী ।