জখলাবন্ধা আৰক্ষী নিৱেশৰ চৌহদত কেঁকো সাপ উদ্ধাৰ - etv bharat
উল্লেখ্য যে আৰক্ষী উপ-পৰিদৰ্শকৰ সহযোগত আৰক্ষীয়ে নিৱেশৰ চৌহদত থকা 12 ইঞ্চি দৈৰ্ঘৰ কেঁকো সাপটো উদ্ধাৰ কৰে ।
![জখলাবন্ধা আৰক্ষী নিৱেশৰ চৌহদত কেঁকো সাপ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3709548-thumbnail-3x2-pp.jpg)
জখলাবন্ধা আৰক্ষী নিৱেশৰ চৌহদত কেঁকো সাপ উদ্ধাৰ
জখলাবন্ধা,1 জুলাইঃজখলাবন্ধাতআৰক্ষীৰ ব্যক্তিগত আৱাসৰ পৰা উদ্ধাৰ12 ইঞ্চি দৈৰ্ঘৰ কেঁকো সাপ ৷ দেওবাৰে সন্ধিয়া জখলাবন্ধা আৰক্ষী নিৱেশ চৌহদত আশ্ৰয়ৰ বাবে অহা এটা কেঁকো সাপ উদ্ধাৰ কৰে আৰক্ষীয়ে। উল্লেখ্য যে আৰক্ষী উপ-পৰিদৰ্শকৰ সহযোগত আৰক্ষী নিৱেশৰ চৌহদত থকা 12 ইঞ্চি দৈৰ্ঘৰ কেঁকো সাপটো উদ্ধাৰ কৰে।
জখলাবন্ধা আৰক্ষী নিৱেশৰ চৌহদত কেঁকো সাপ উদ্ধাৰ
Last Updated : Jul 1, 2019, 11:52 AM IST