নগাঁও,17ডিচেম্বৰঃবৃহস্পতিবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈছে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। নগাঁও জিলাৰ দহটাকৈ পৰিষদীয় সমষ্টিত এই মুহূৰ্তলৈকে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
বাৰপুজিয়াত ভোটদান কৰিবলৈ আহিল বিশেষভাৱে সক্ষম মহিলা - নগাঁৱৰ বাৰপুজিয়া পৰিষদীয়
নগাঁও জিলাৰ দহটাকৈ তিৱা স্বায়ত্ব শাষিত পৰিষদীয় সমষ্টিত এই মুহূৰ্তলৈকে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
![বাৰপুজিয়াত ভোটদান কৰিবলৈ আহিল বিশেষভাৱে সক্ষম মহিলা বাৰপুজিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰিবলৈ ওলাই আহিল বিশেষভাৱে সক্ষম মহিলা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9909744-844-9909744-1608197166102.jpg)
বাৰপুজিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰিবলৈ ওলাই আহিল বিশেষভাৱে সক্ষম মহিলা
বাৰপুজিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰিবলৈ ওলাই আহিল বিশেষভাৱে সক্ষম মহিলা
ইপিনে নগাঁৱৰ বাৰপুজিয়া পৰিষদীয় সমষ্টিৰ বাৰপুজিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰত ভোটদান কৰিবলৈ ওলাই আহিল বিশেভাৱে সক্ষম মহিলাৰ লগতে বৃদ্ধসকল । সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ অচ্যুত গাঁওখোৱা,বিজেপিৰ কমল বৰদলৈ,তিৱা ঐক্যমঞ্চৰ টোটুমণি বৰদলৈ আৰু আম আদমী পাৰ্টীৰ পৰা ৰেখা ডেকাই আগবঢ়াইছে প্ৰতিদ্বন্দিতা।
লগতে পঢ়কঃ শাসকৰ শোষণ বঞ্চনাই বজাইছে সাধাৰণ লোকৰ মৃত্যুৰ ঘন্টা