নগাঁও, 27 নৱেম্বৰ :নগাঁও আৰক্ষীৰ চৰকাৰী আবাসত চুৰি কৰিবলৈ আহি হাতে লুটে ধৰা পৰিল এটা গভাইত চোৰ । ধৃত চোৰটোৰ নাম আছিক হুছেইন । শুকুৰবাৰে দিন দুপৰতে নগাঁও আৰক্ষীৰ এজন জোৱানৰ চৰকাৰী ঘৰত লুটপাত কৰা অৱস্থাতে চোৰটোক কৰায়ত্ত কৰে স্থানীয় লোকে । যাৰ পাছতেই ধৃত চোৰটোক উত্তম মধ্যম সোধায় স্থানীয় লোকে ৷ পিছত চোৰটোক গতাই দিয়ে নগাঁও সদৰ থানাৰ আৰক্ষীক ।
আৰক্ষীৰ চৰকাৰী আবাসত চুৰি কৰিবলৈ আহি ধৰা পৰিল চোৰ - nagaon
নগাঁও আৰক্ষীৰ চৰকাৰী আবাসত চুৰি কৰিবলৈ আহি হাতে লুটে ধৰা পৰিল এটা গভাইত চোৰ। ধৃত চোৰটোৰ নাম আছিক হুছেইন । শুকুৰবাৰে দিন দুপৰতে নগাঁও আৰক্ষীৰ এজন জোৱানৰ চৰকাৰী ঘৰত লুটপাত কৰা অৱস্থাতে চোৰটোক কৰায়ত্ত কৰে স্থানীয় লোকে ।

আৰক্ষীৰ চৰকাৰী আবাসত চুৰি কৰিবলৈ আহি ধৰা পৰিল চোৰ
আৰক্ষীৰ চৰকাৰী আবাসত চুৰি কৰিবলৈ আহি ধৰা পৰিল চোৰ
লগতে পঢ়ক: লালুক-বঙালমৰা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা