মন্দিৰত চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত চোৰ - নগাঁৱৰ ডিমৰুগুৰি
মন্দিৰত চুৰিৰ চেষ্টা কৰি ৰাইজৰ লপা থপা খালে গভাইত চোৰে
![মন্দিৰত চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4228277-thumbnail-3x2-o.jpg)
পুনৰ চোৰ সোমাল মন্দিৰত
নগাঁও,24 আগষ্টঃ:পুনৰ মন্দিৰত চুৰিৰ ঘটনা। নগাঁৱৰ ডিমৰুগুৰিৰ শিৱ মন্দিৰত চুৰিৰ চেষ্টা চলাই ৰাইজৰ ৰোষত এটা গভাইত চোৰ। ধৃত চোৰটোৰ নাম বাবু হুছেইন। মন্দিৰৰ টিন খুলি ভিতৰত প্ৰৱেশৰ চেষ্টা কৰোঁতেই ৰাইজে হাতে-লোটে আটক কৰে চোৰটোক। পিছত ৰাইজে উত্তম মাধ্যম সোধোৱাৰ লগতে চোৰটোক কাণত ধৰাই আঠু কঢ়াই থয় ৷
পুনৰ চোৰ সোমাল মন্দিৰত