অসম

assam

By

Published : Jul 8, 2019, 5:07 PM IST

ETV Bharat / state

নগাঁও ইটাচালি আৰক্ষীৰ জালত গভাইত চোৰ

নগাঁৱৰ ইটাচালি আৰক্ষীয়ে অভিযান চলাই সোমবাৰে পুৱতি নিশা আটক কৰিবলৈ সক্ষম হয় এটা গভাইত চোৰ। নগাঁৱৰ কাতিমাৰী দলনী পথাৰৰ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে বাবুল ইছলাম নামৰ গভাইত চোৰটোক। ইটাচালি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ধৃত বাবুল ইছলামৰ পৰা উদ্ধাৰ কৰে দুটাকৈ চুৰি লেপটপ। উল্লেখ্য যে ডিমৰুগুৰিৰ চন্দ্ৰকান্ত দাস নামৰ এজন লোকৰ ঘৰৰ পৰা লেপটপ দুটা চুৰি হোৱা সন্দৰ্ভত ৰুজু হৈ আছিল গোচৰ।

নগাওঁ ইটাচালি আৰক্ষীৰ জালত গভাইত চোৰ

  • নগাঁও ইটাচালি আৰক্ষীৰ জালত গভাইত চোৰ
  • নগাঁৱৰ ইটাচালি আৰক্ষীৰ অভিযান
  • আৰক্ষীৰ অভিযানত আটক এটা গভাইত চোৰ
  • কাতিমাৰী দলনী পথাৰৰ পৰা আটক কৰে চোৰটোক
  • ধৃত চোৰটোৰ নাম বাবুল ইছলাম
  • চোৰটোৰ ঘৰৰ পৰা উদ্ধাৰ দুটাকৈ চুৰি লেপটপ
    নগাওঁ ইটাচালি আৰক্ষীৰ জালত গভাইত চোৰ

ABOUT THE AUTHOR

...view details