ETV Bharat / state
Theft in Nagaon: নগাঁৱত অব্যাহত চোৰৰ উপদ্ৰৱ - চুৰিকাণ্ডৰ ঘটনা
নগাঁও আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ নগাঁও চহৰত চোৰৰ উপদ্ৰৱ বৃদ্ধি (Theft continues in Nagaon Town) ৷ দেওবাৰে নিশা নগাঁৱত আন এক চুৰিকাণ্ডৰ ঘটনা ৷ সদৰ আৰক্ষী থানাৰ সমীপৰ বাসগৃহতেই চোৰে চলালে লুটপাত (Theft in Nagaon) ৷
![Theft in Nagaon: নগাঁৱত অব্যাহত চোৰৰ উপদ্ৰৱ Theft continues in Nagaon Town](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-17049979-thumbnail-3x2-hjdgj.jpg)
নগাঁৱত অব্যাহত চোৰৰ উপদ্ৰৱ
By
Published : Nov 28, 2022, 8:35 AM IST
| Updated : Nov 28, 2022, 10:00 AM IST
- নগাঁও আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ নগাঁও চহৰত চোৰৰ উপদ্ৰৱ বৃদ্ধি (Theft continues in Nagaon Town)
- দেওবাৰে নিশা নগাঁৱত আন এক চুৰিকাণ্ড
- সদৰ আৰক্ষী থানাৰ সমীপৰ বাসগৃহতেই চোৰে চলালে লুটপাত (Theft in Nagaon)
- খ্ৰীষ্টানপট্টিৰ আৰ কে বি ৰোডৰ জনৈক কে পি চৌধুৰীৰ বাসগৃহত চোৰে চলালে চাফাই
- চোৰে লুটি নিলে বহু লক্ষাধিক টকাৰ আ-অলংকাৰ, নগদ ধন আৰু অন্যান্য মূল্যবান সামগ্ৰী
- সন্মুখৰ গ্ৰীল আৰু দৰ্জা ভাঙি ঘৰটোত প্ৰৱেশ কৰিছিল চোৰ
- আৰক্ষী থানাৰ নিলগতে সংঘটিত এই চুৰিকাণ্ডক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ
নগাঁৱত অব্যাহত চোৰৰ উপদ্ৰৱ
Last Updated : Nov 28, 2022, 10:00 AM IST