অসমৰ প্ৰথমগৰাকী মহিলা কাৰাবন্দী গুণেশ্বৰী দেৱী - কলিয়াবৰৰ কংগ্ৰেছী মহিলা
প্ৰাপ্য সন্মানৰ পৰা বঞ্চিত হৈ ৰৈছে নেকি গুণেশ্বৰী দেৱী
![অসমৰ প্ৰথমগৰাকী মহিলা কাৰাবন্দী গুণেশ্বৰী দেৱী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4144283-thumbnail-3x2-k.jpg)
অসমৰ প্ৰথমগৰাকী মহিলা কাৰাবন্দী গুণেশ্বৰী দেৱী
কলিয়াবৰ,15 আগষ্টঃ42ৰ আন্দোলনত নগাঁও থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা দলটোৰ আগশাৰীৰ নেত্ৰী আছিল গুণেশ্বৰী দেৱী ৷ কলিয়াবৰৰ কংগ্ৰেছী মহিলাৰ নেতৃত্ব দি খাটিছিল তিনিবাৰ কাৰাবাস ৷ কিন্তু পৰিতাপৰ বিষয় যে, তেঁও এই পৰ্যন্ত নাপালে চৰকাৰৰ প্ৰকৃত স্বীকৃতি, নিজৰ জীৱন সামৰিলে 55 টকাৰ পেঞ্চনেৰে ৷
অসমৰ প্ৰথমগৰাকী মহিলা কাৰাবন্দী গুণেশ্বৰী দেৱী