কলিয়াবৰ মহাবিদ্যালয়ত চীন-থাইলেণ্ডৰ সাংস্কৃতিক দল - চীন আৰু থাইলেণ্ডৰ বিশ্ববিদ্যালয়ৰ শিক্ষক-ছাত্ৰৰ সাংস্কৃতিৰ দল কলিয়াবৰ মহাবিদ্যালয়ত
সাংবাদিকৰে সৈতে হোৱা মত-বিনিময়ৰ সময়ত চীন আৰু ভাৰতৰ তিক্ততাপূৰ্ণ সম্পৰ্ক অৱসান পৰিব বুলি আশা প্ৰকাশ কৰে চীনৰ শিল্পীসকলে ।
![কলিয়াবৰ মহাবিদ্যালয়ত চীন-থাইলেণ্ডৰ সাংস্কৃতিক দল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4980304-thumbnail-3x2-klbr.jpg)
শান্তি-মৈত্ৰীৰ বাৰ্তাৰে চীন-থাই শিল্পীৰ সপ্তাহযোৰা অসম ভ্ৰমণ
কলিয়াবৰ, 6 নবেম্বৰ: শান্তি-মৈত্ৰীৰ বাৰ্তাৰে চীন-থাই শিল্পীৰ সপ্তাহযোৰা অসম ভ্ৰমণৰ বুধবাৰে সামৰণি পৰে কলিয়াবৰত । কলিয়াবৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত পৰিৱেশন কৰা গীত-নৃত্য-বাদ্যৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে শিল্পীসকলে ।
শান্তি-মৈত্ৰীৰ বাৰ্তাৰে চীন-থাই শিল্পীৰ সপ্তাহযোৰা অসম ভ্ৰমণ
শান্তি-মৈত্ৰীৰ বাৰ্তাৰে চীন-থাই শিল্পীৰ সপ্তাহযোৰা অসম ভ্ৰমণ