- নগাঁও সদৰ থানাত উত্তপ্ত পৰিস্থিতি (Nagaon police station agitated over murder)
- নিশা নগাঁও আৰক্ষীয়ে আটক কৰিছে হত্যাকাণ্ডত অভিযুক্ত তিনি ব্যক্তিক
- আৰিয়ান লস্কৰ নামৰ এজন যুৱকক তিনি বন্ধুৱে হত্যা কৰাৰ অভিযোগ
- আৰিয়ান আৰু তিনি বন্ধুৱে ড্ৰাগছ সেৱন কৰিছিল একেলগে (Nagaon murder case)
- বৃহস্পতিবাৰে পুৱা পথৰ দাঁতিত উদ্ধাৰ হৈছিল আৰিয়ানৰ মৃতদেহ
- অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতেই মৃত্যু হোৱা বুলি স্বীকাৰুক্তি তিনি বন্ধুৰ
- আৰক্ষীয়ে আটক কৰিছে গুদ্দু, ৰৌচন আহমেদ আৰু ছহিদুল ইছলামক
- হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল নগাঁও সদৰ থানাৰ চৌহদ
হত্যাকাণ্ডক লৈ উত্তাল নগাঁও সদৰ আৰক্ষী থানা - Nagaon police station
নগাঁও সদৰ থানাত উত্তপ্ত পৰিস্থিতি (Nagaon police station agitated over murder)। নিশা নগাঁও আৰক্ষীয়ে আটক কৰিছিল হত্যাকাণ্ডত অভিযুক্ত তিনি ব্যক্তিক। আৰিয়ান লস্কৰ নামৰ এজন যুৱকক তিনি বন্ধুৱে হত্যা কৰাৰ অভিযোগ।

হত্যাকাণ্ডক লৈ উত্তাল নগাঁও সদৰ আৰক্ষী থানা
TAGGED:
Nagaon murder case