অসম

assam

ETV Bharat / state

ৰহাত কিশোৰীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণ কৰি হত্যাৰ সন্দেহ - etv bharat assam

মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি শনিবাৰে পুৱা স্থানীয় খলিলুদ্দিন নামৰ যুৱকজনে ফোনযোগে কিশোৰীগৰাকীক ঘৰৰ পৰা মাতি নিয়াৰ পাচতে সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী ৷ কিন্তু বুধবাৰে পথাৰৰ মাজৰ জুপুৰি এটাত প্ৰায় উলংগ অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ ৷

ৰহাৰ বৰুৱাবালিত কিশোৰীক ধৰ্ষণ কৰি হত্যা !

By

Published : May 15, 2019, 1:49 PM IST


ৰহা , 15 মে': ৰহাৰ চাপৰমুখ বৰুৱাবালিত পথাৰৰ মাজত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পথাৰৰ মাজত বৰো ধানৰ খেতিৰ এটা অস্থায়ী জুপুৰিত 13 বছৰীয়া কিশোৰীগৰাকীৰ উলংগ মৃতদেহ উদ্ধাৰ হয় ৷

ৰহাৰ বৰুৱাবালিত কিশোৰীক ধৰ্ষণ কৰি হত্যা !

স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি 13 বছৰীয়া কিশোৰীগৰাকীক খলিল উদ্দিন নামৰ এজন যুৱকে ধৰ্ষণ কৰি হত্যা কৰে ৷ মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি শনিবাৰে পুৱা স্থানীয় খলিলুদ্দিন নামৰ যুৱকজনে ফোনযোগে কিশোৰীগৰাকীক ঘৰৰ পৰা মাতি নিয়াৰ পাচতে সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী ৷ কিন্তু বুধবাৰে পথাৰৰ মাজৰ জুপুৰি এটাত প্ৰায় উলংগ অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷

ABOUT THE AUTHOR

...view details