বটদ্ৰৱা , 28 অক্টোবৰঃ বটদ্ৰৱাত পীৰ ৰুপী চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে অশ্লীল নৃত্যৰ অভিযোগ জমিয়তৰ ৷ আমলখি ভেটিবাৰী এম ই মাদ্ৰাছা বিদ্যালয়ৰ আকাশ আলী নামৰ শিক্ষকজনৰ কৰ্মকাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ শিষ্যত্ব দিয়াৰ নামত গাৱঁৰ অশিক্ষিত পুৰুষ মহিলাক মূৰ্খ সজোৱাৰ লগতে মহিলাৰ লগত অশ্লীল নৃত্য কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ অৱসৰলৈ মাত্ৰ তিনি বছৰ বাকী থকা শিক্ষকজনৰ বিৰুদ্ধে ধৰ্মীয় নিয়ম ভংগ কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় মৌলবীয়ে ৷
নাৰীৰ সৈতে অশ্লীল নৃত্যৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে - শিক্ষকৰ বিৰুদ্ধে অশ্লীল নৃত্যৰ অভিযোগ
শিষ্যত্ব দিয়াৰ নামত গাৱঁৰ অশিক্ষিত পুৰুষ মহিলাক মূৰ্খ সজোৱাৰ লগতে মহিলাৰ লগত অশ্লীল নৃত্য কৰাৰো অভিযোগ বট্ৰদ্ৰৱাৰ শিক্ষকৰ বিৰুদ্ধে ৷ ধৰ্মীয় নিয়ম ভংগ কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় মৌলবীয়ে ৷
![নাৰীৰ সৈতে অশ্লীল নৃত্যৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4892539-thumbnail-3x2-super.jpg)
ধৰ্মৰ নামত অশ্লীল নৃত্যৰ অভিযোগ মাদ্ৰাছাৰ শিক্ষকৰ বিৰুদ্ধে
ধৰ্মৰ নামত অশ্লীল নৃত্যৰ অভিযোগ মাদ্ৰাছাৰ শিক্ষকৰ বিৰুদ্ধে
লগতে পঢ়কঃ আমগুৰিত কৈৱৰ্ত ছাত্ৰ সন্থাৰ প্ৰতিবাদ