অসম

assam

ETV Bharat / state

বিশ শতাংশ বোনাচঃ ভাৰতীয় চাহ মজদুৰ সংঘৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট - BTMS

বোনাচকে ধৰি চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত কলিয়াবৰত ভাৰতীয় চাহ মজদুৰ সংঘৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ৷

বিশ শতাংশ বোনাচৰ দাবীত ভাৰতীয় চাহ মজদুৰ সংঘৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

By

Published : Sep 16, 2019, 8:22 PM IST

কলিয়াবৰ, 16 ছেপ্টেম্বৰঃ চাহ শ্ৰমিকক বিশ শতাংশ বোনাচ প্ৰদান, চাহ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান আদি চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত সোমবাৰে কলিয়াবৰত ভাৰতীয় চাহ মজদুৰ সংঘই কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ৷ ধৰ্মঘটৰ শেষত সংগঠনটোৱে বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

বিশ শতাংশ বোনাচৰ দাবীত ভাৰতীয় চাহ মজদুৰ সংঘৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

...view details