অসম

assam

ETV Bharat / state

বিধায়ক ভৰত নৰহৰ মন্তব্যক লৈ টাইপাৰ সংবাদমেল

কংগ্ৰেছ দলৰ নাওবৈচাৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৰত নৰহে অসম বিধানসভাৰ প্ৰথম অধিৱেশনত আহোম সকলৰ পূৰ্বে অসমৰ চৰ অঞ্চলৰ মুছলমান সকল আগতে আহিছিল বুলি এক মন্তব্য কৰিছিল। এই মন্তব্যক লৈ জাঙুৰ খাই উঠিছে আহোম জনগোষ্ঠীৰ দল-সংগঠন সমূহ।

By

Published : May 27, 2021, 10:23 PM IST

বিধায়ক ভৰত নৰহৰ মন্তব্যক লৈ টাইপাৰ সংবাদমেল
বিধায়ক ভৰত নৰহৰ মন্তব্যক লৈ টাইপাৰ সংবাদমেল

মৰাণ, 27 মে' :কংগ্ৰেছ দলৰ নাওবৈচাৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৰত নৰহে অসম বিধানসভাৰ প্ৰথম অধিৱেশনত আহোম সকলৰ পূৰ্বে অসমৰ চৰ অঞ্চলৰ মুছলমান সকল আগতে আহিছিল বুলি এক মন্তব্য কৰিছিল। এই মন্তব্যক লৈ জাঙুৰ খাই উঠিছে আহোম জনগোষ্ঠীৰ দল-সংগঠন সমূহ ।

বিধায়ক ভৰত নৰহৰ মন্তব্যক লৈ টাইপাৰ সংবাদমেল

আজি মৰাণত টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদকে এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত কংগ্ৰেছ দলৰ নাওবৈচাৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৰত নৰহে অসম বিধানসভাৰ অধিৱেশনত কৰা মন্তব্যৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ বাবে দাবী জনায় ৷ লগতে বুৰঞ্জী নজনাকৈ এনেদৰে মন্তব্য নাৰাখিবলৈ সকীয়াই দিয়ে টাই আহোম যুৱ ছাত্ৰ পৰিষদে ৷ উল্লেখ্য, বিধায়ক ভৰত নৰহৰ বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যখনৰ আহোম জনগোষ্ঠীয় লোক সকলৰ মাজত এক ঋণাত্মক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

লগতে পঢ়ক: মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ নগা দুৰ্বৃত্তৰ গুলী

ABOUT THE AUTHOR

...view details