নগাওঁ, 6 এপ্ৰিলঃ নগাঁৱৰ নৰ্তমগাঁৱৰ ৰাজপথত এখন পেট্ৰল ভৰ্তি টেংকাৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে শনিবাৰে ৷ নুমলীগড়ৰ পৰা মাইবং অভিমুখী পেট্ৰল ভৰ্তি টেংকাৰ খন বাগৰি পৰাত স্থানীয় ৰাইজে তেল নিবলৈ হেতা ওপৰা লগায় ইয়াৰ পিচতে হাতে হাতে গেলান, বাল্টি লৈ একাংশ লোকে মৰণত শৰণ দি ভিৰ কৰে ৰাজপথ ৷
নগাঁৱত দুৰ্ঘটনাত পতিত পেট্ৰল ভৰ্তি টেংকাৰ - ETV BHARAT
নুমলীগড়ৰ পৰা মাইবং অভিমুখী এখন পেট্ৰল ভৰ্তি টেংকাৰে নিয়ন্ত্ৰণ হেৰুৱাই নগাঁৱৰ ৰাজপথত বাগৰি পৰে ৷ স্থানীয় ৰাইজে হাতে হাতে গেলান, বাল্টি ভিৰ কৰিলেহি তেল সংগ্ৰহ কৰাত
TANKER ACCIDENT AT NAGAON
ঘটনাস্থলীত যান-বাহন আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷