চামগুৰি,20 এপ্ৰিল: বঢ়মপুৰৰ বামুণী মুছলমান গাঁৱৰ এখন বিদ্যালয়ত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ চুমি নামৰ এগৰাকী মহিলা ৷ প্ৰাপ্ত তথ্য অনুসৰি,, মৃত মহিলাগৰাকীৰ স্বামী বিজু আলীয়ে ৰোজা ৰাখিব নিদিয়াৰ বাবে মহিলাগৰাকীয়ে গ্ৰহণ কৰে এনে চৰম পন্থা ৷ সোমবাৰে পুৱা প্ৰায় ৪ বজাত ঘৰৰ পৰা ওলাই গৈছিল মহিলা গৰাকীয়ে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।
ৰোজা ৰাখিব নিদিয়াৰ বাবে আত্মহনন বঢ়মপুৰৰ মহিলাৰ - বঢ়মপুৰৰ বামুণী মুছলমান গাঁৱত মহিলাৰ মৃতদেহ উদ্ধাৰ
বঢ়মপুৰৰ বামুণী মুছলমান গাঁৱৰ এখন বিদ্যালয়ত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ চুমি নামৰ এগৰাকী মহিলা ৷ অভিযোগ অনুসৰি, মৃত মহিলাগৰাকীৰ স্বামী বিজু আলীয়ে ৰোজা ৰাখিব নিদিয়াৰ বাবে মহিলাগৰাকীয়ে গ্ৰহণ কৰে এনে চৰম পন্থা ৷
![ৰোজা ৰাখিব নিদিয়াৰ বাবে আত্মহনন বঢ়মপুৰৰ মহিলাৰ ৰোজা ৰাখিব নিদিয়াৰ বাবেই আত্মঘাটি বঢ়মপুৰ এগৰাকী মহিলাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11471767-thumbnail-3x2-img.jpg)
ৰোজা ৰাখিব নিদিয়াৰ বাবেই আত্মঘাটি বঢ়মপুৰ এগৰাকী মহিলাৰ
ৰোজা ৰাখিব নিদিয়াৰ বাবে আত্মহনন বঢ়মপুৰৰ মহিলাৰ