বঢ়মপুৰ,12 নৱেম্বৰঃনগাঁও জিলাৰ কঠিয়াতলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ২৭৯ নং চামগাঁও অঙনবাড়ী কেন্দ্ৰৰ কৰ্মী গৰাকীয়ে দীৰ্ঘদিন ধৰি অনিয়ম সংঘটিত কৰি অহা বুলি মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মক অভিযোগ দাখিল কৰিছিল একাংশ লোকে । সেই অভিযোগৰ ভিত্তিত মন্ত্ৰীগৰাকী বৃহস্পতিবাৰে কেন্দ্ৰটোত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় ।
হঠাৎ কামপুৰত কিয় উপস্থিত হ’ল মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম ! - ভৱিষ্যতে এনে কাম নকৰিবলৈ সকিয়াই
তথ্য বিহীন ভাৱে অভিযোগ উত্থাপন কৰি মন্ত্ৰী গৰাকীক বিপথে পৰিচালিত কৰাত অভিযোগকাৰীক ধমক দি ভৱিষ্যতে এনে কাম নকৰিবলৈ সকিয়াই দিয়ে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ।
হঠাৎ কামপুৰত কিয় উপস্থিত হ’ল মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম !
ইপিনে তথ্য বিহীন ভাৱে অভিযোগ উত্থাপিত কৰি মন্ত্ৰী গৰাকীক বিপথে পৰিচালিত কৰাত অভিযোগকাৰীক ধমক দি ভৱিষ্যতে এনে কাম নকৰিবলৈ সকিয়াই দিয়ে । ইফালে BTAD নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় "নিৰ্বাচনৰ ফলাফল ভাল হ’ব । নিৰ্বাচনৰ সময়ত সকলোৱে মুখ খোলে । নিৰ্বাচন নাথাকিলে মুখ বন্ধ থাকে ।"
লগতে পঢ়কঃ সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিলে আলফা (স্বা) উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখােৱাই