অসম

assam

ETV Bharat / state

নগাঁৱৰ কামপুৰ-কচুৱাত ধুমুহাৰ তাণ্ডৱ - নগাঁৱৰ কামপুৰ-কচুৱাত

ধুমুহাৰ ফলত ঘৰ-দুৱাৰৰ লগতে কেতি-বাতিৰ ক্ষতি সাধন ৷ 2নং কচুৱা-হালধীআট,চানখুলা,কান্দপাৰা আদি ঠাইত ধুমুহাই তাণ্ডৱ চলায় ৷

ধুমুহা বতাহে উৰুৱাই লৈ গ'ল ঘৰ-দুৱাৰ

By

Published : Mar 20, 2019, 3:06 PM IST

নগাঁও, 20 মাৰ্চ : মঙলবাৰে নিশা অহা ধুমুহাৰ তাণ্ডৱত বিধ্বস্ত হয় নগাঁও জিলাৰ কামপুৰ- কচুৱা অঞ্চলৰ বহুলোকৰ ঘৰ-দুৱাৰ ৷

ধুমুহা বতাহে উৰুৱাই লৈ গ'ল ঘৰ-দুৱাৰ
কচুৱাৰ বিভিন্ন ঠাইৰ লগতে 2নং কচুৱা-হালধীআট,চানখুলা,কান্দপাৰা আদি ঠাইত ধুমুহাৰ ফলত ৰাইজৰ বিস্তৰ ক্ষতি সাধন হয় ৷ ব্যক্তিগতাবাসগৃহৰ লগতে ৰাজহুৱা প্ৰতিষ্ঠান আৰু খেতি-বাতি এই ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হয় ৷

ABOUT THE AUTHOR

...view details