কলিয়াবৰত উদ্ধাৰ চাৰিডালকৈ সাপ - শিলঘাট অসম সমবায় মৰাপাট কল
কলিয়াবৰৰ ভিন্ন স্থানত উদ্ধাৰ চাৰিডালকৈ সাপ ৷ উদ্ধাৰ দুডাল অজগৰ, এডাল ফেঁটী আৰু এডাল গুৱালা সাপ ৷

কলিয়াবৰত উদ্ধাৰ চাৰিডালকৈ সাপ
কলিয়াবৰ, 9 ছেপ্তেম্বৰঃ কলিয়াবৰৰ ভিন্ন স্থানত উদ্ধাৰ চাৰিডালকৈ সাপ ৷ কলিয়াবৰ চাহ বাগিচা,পূৱথৰীয়া আৰু শিলঘাট অসম সমবায় মৰাপাট কলৰ আৱাসিক এলেকাত উদ্ধাৰ দুডাল অজগৰ,এডাল ফেঁটী আৰু এডাল গুৱালা সাপ ৷ স্থানীয় প্ৰকৃতি প্ৰেমী সঞ্জীৱ ডেকাই সাপ কেইডাল উদ্ধাৰ কৰি স্থানীয় কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুক্ত কৰি দিয়ে ৷
কলিয়াবৰত উদ্ধাৰ চাৰিডালকৈ সাপ