বঢ়মপুৰ,25জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাত সপ্তম স্থান দখল কঠিয়াতলীৰ শ্বৱনম গুঞ্জন বৰাৰ ৷ 476 নম্বৰ লাভ কৰিছে নগাঁও ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ শ্বৱনম গুঞ্জন বৰাই ৷
বিজ্ঞান শাখাত সপ্তম স্থানত জিলিকিল শ্বৱনম গুঞ্জন বৰা - উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাত সপ্তম স্থান দখল কঠিয়াতলীৰ শ্বৱনম গুঞ্জন বৰাৰ
উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাত সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে কঠিয়াতলীৰ শ্বৱনম গুঞ্জন বৰাই ৷

বিজ্ঞান শাখাত সপ্তম স্থানত জিলিকিল শ্বৱনম গুঞ্জন বৰা
বিজ্ঞান শাখাত সপ্তম স্থানত জিলিকিল শ্বৱনম গুঞ্জন বৰা
মেধাৱী ছাত্ৰ গৰাকীয়ে সপ্তম স্থান দখল কৰি নগাঁৱৰ লগতে কামপুৰ কঠিয়াতলীলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ মন্টু বৰা আৰু কৰবী বৰাৰ একমাত্ৰ সন্তান শ্বৱনম গুঞ্জন বৰা ৷ শ্বৱনম গুঞ্জন বৰাৰ ফলাফলত এতিয়া উৎফুল্লিত হৈ পৰিছে কঠিয়াতলী অঞ্চলবাসী |
TAGGED:
Sabnam Gunjan borah