অসম

assam

ব্ৰেইন টিউমাৰত আক্ৰান্ত 16 বছৰীয়া দিব্যজ্যোতি...

By

Published : Mar 7, 2020, 11:58 PM IST

সদাশয় ৰাইজক আমচৈ গ্ৰামীণ বিকাশ বেংকৰ 7266026005684 একাউন্ট (IFSC UTBIORRBAGP MICR COD 782116502) নম্বৰত সাহাৰ্য্য প্ৰদান কৰিবলৈ অনুৰোধ দিব্যজ্যোতিৰ পিতৃৰ....

16 বছৰীয়া দিব্যজ্যোতি...
16 বছৰীয়া দিব্যজ্যোতি...

অতি কম বয়সতে জীৱনৰ চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দিব্যজ্যোতি ৷ ১৬ বছৰীয়া দিব্যজ্যোতি নগাঁও জিলাৰ ৰহা সমষ্টিৰ চহৰী মৌজাৰ হাটবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চিৰমলা গাঁৱৰ কমলা দাসৰ একমাত্ৰ পুত্ৰ সন্তান । দিন বাগৰাৰ লগে লগে দিব্যজ্যোতিয়ে হেৰুৱাইছে জীয়াই থকাৰ আশা..সবিশেষ চাওঁক এই প্ৰতিবেদনত.....

ব্ৰেইন টিউমাৰত আক্ৰান্ত 16 বছৰীয়া দিব্যজ্যোতি...

ABOUT THE AUTHOR

...view details