- নগাঁৱত ডকাইত বিচাৰি আৰক্ষী-ৰাইজৰ অভিযান
- পিষ্টলসহ দুৰ্ধৰ্ষ ডকাইত আটক কৰিলে ৰাইজে
- বিয়লিৰ পৰা ডকাইত বিচাৰি অভিযান আৰক্ষী আৰু ৰাইজৰ
- টেলিয়াপহুকটাৰ পৰা ৰাইজে আটক কৰে এটা দুধৰ্ষ ডকাইত
- পথাৰৰ কাষৰ জংঘলত লুকাই আছিল ডকাইটটো
- ৰাইজে পিষ্টলসহ আটক কৰে চাহাবুদ্দিন নামৰ ডকাইটটোক
- পিচত উত্তম মধ্যম সোধায় আৰক্ষীক গতাই দিয়ে ডকাইতটোক
- এতিয়াও আন এটা ডকাইতৰ সন্ধানত আভিযআন অব্যাহত নগাঁৱত পিষ্টলসহ ৰাইজে আটক কৰিলে ডকাইত
নগাঁৱত পিষ্টলসহ ৰাইজে আটক কৰিলে ডকাইত - টেলিয়াপহুকটাৰ
টেলিয়াপহুকটাৰ পৰা ৰাইজে আটক কৰে এটা দুধৰ্ষ ডকাইত ৷ পথৰ কাষৰ জংঘলত লুকাই থকা অৱস্থাৰ পৰা আটক কৰে ডকাইতটোক ৷

নগাঁৱত পিষ্টলসহ ৰাইজে আটক কৰিলে ডকাইত