বটদ্ৰৱা, 21 মে': গাঁঠিৰ ধন ভাঙি বটদ্ৰৱাৰ হাইডুবিত মঙলবাৰে বিধ্বস্ত পথ মেৰামতি কৰিলে ৰাইজে। হাতে হাতে কোৰ -খৰাহী লৈ বটদ্ৰৱা জামতলাৰ পৰা ৰামপুৰ সত্ৰলৈ প্ৰায় 3 কিলোমিটাৰ বিধ্বস্ত পথ মেৰামতিৰ বাবে ওলাই আহিল অঞ্চলটোৰ লোকসকল ৷
কাণসাৰ নাই চৰকাৰৰঃ ৰাইজে মেৰামতি কৰিলে পথ - AZHAR UDDIN
পথৰ এনে দুৰৱস্থাৰ বাবে নামাজ পঢ়িবলৈও অহা - যোৱা কৰাত অসুবিধাৰ সন্মুখীন হৈছে ইছলাম ধৰ্মাৱলম্বী ৰাইজসকল । সেয়েহে জনপ্ৰতিনিধিলৈ বাট নাচাই নিজেই ধন খৰচেৰে মেৰামতি কৰিছে পথটো । গাঁওখনৰ যুৱক আজাহাৰ উদ্দিন আৰু ফকৰুল ইছলামৰ উদ্যোগত ৰাইজে সহযোগিতা আগবঢ়াইছে ।
![কাণসাৰ নাই চৰকাৰৰঃ ৰাইজে মেৰামতি কৰিলে পথ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3345376-thumbnail-3x2-bata-2.jpg)
গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বিধস্ত পথ