অসম

assam

ETV Bharat / state

লংকাত ব্যৱসায়ী মহলৰ পথ অৱৰোধ - HOJAI LANKA ROAD BLOCK

লংকাৰ চহৰৰ বজাৰৰ পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে পথলৈ উলাই আহি বজাৰলৈ যোৱা পথ অৱৰোধ কৰে সমূহ ব্যৱসায়ীয়ে

লংকাত ব্যৱসায়ীয়ক মহলৰ পথ অৱৰোধ

By

Published : Jul 9, 2019, 10:56 PM IST

হোজাই, 9 জুলাই : হোজাই জিলাৰ অন্যতম ব্যৱসায়ী কেন্দ্ৰ হল লংকা চহৰ | কিন্তু লংকা চহৰৰ বজাৰৰ বাট পথৰ অৱস্থা অতি জৰাজীৰ্ণ | মংগলবাৰে সন্ধিয়া সমূহ ব্যৱসায়ীয়ে নিমাৰ্ণৰ দাবীত পথলৈ উলাই আহি বাহ বান্ধি অৱৰোধ কৰে লংকা মাছ বজাৰলৈ যোৱা পথ ৷ প্ৰতিবাদীসকলে লংকা পৌৰ সভা মূৰ্দাৱাদ, বিজু ভট্টাচাৰ্য্য মূৰ্দাৱাদ আদি ধন্নীৰে উত্তাল কৰে প্ৰতিবাদস্থলী ৷ ব্যৱসায়ী সকলে বহু দিন ধৰি পৌৰপতিক বাট পথৰ দূৰৱস্থাৰ বিষয়ে আবেদন দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পৌৰ সভাই ৷

লংকাত ব্যৱসায়ীয়ক মহলৰ পথ অৱৰোধ

ABOUT THE AUTHOR

...view details