- বুঢ়াপাহাৰৰ দেওচৰ জানত ট্ৰাক দুৰ্ঘটনা
- দুৰ্ঘটনাত চালক আৰু হেণ্ডিমেনজন গুৰুতৰভাৱে আহত হয়
- আহত লোক দুজনৰ নাম সতীশ যাদৱ (৩৭), উপেন্দ্ৰ যাদৱ (৩২) বুঢ়াপাহাৰৰ দেওচৰ জানত ট্ৰাক দুৰ্ঘটনা
- দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ এন এল ০১ এন ১৫৬১
- দলঙৰ ৰেলিং ভাঙি সংঘটিত হয় দুৰ্ঘটনাটো
- উক্ত ঘটনাটো স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে আহত লোক দুজনক
- ইতিমধ্যে আহত লোক দুজনক জখলাবন্ধাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে
বুঢ়াপাহাৰৰ দেওচৰ জানত ট্ৰাক দুৰ্ঘটনা - ট্ৰাক দুৰ্ঘটনা
বুঢ়াপাহাৰৰ দেওচৰ জানত ট্ৰাক দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত ট্ৰাক চালক আৰু হেণ্ডিমেনজন গুৰুতৰভাৱে আহত হয় ৷ আহত লোক দুজনৰ নাম সতীশ যাদৱ (৩৭), উপেন্দ্ৰ যাদৱ (৩২) বুলি চিনাক্ত ৷

বুঢ়াপাহাৰৰ দেওচৰ জানত ট্ৰাক দুৰ্ঘটনা