অসম

assam

ETV Bharat / state

কলিয়াবৰত অচিনাক্ত বাহনৰ খুন্দাত  নিহত  এজন - Road Accident

কলিয়াবৰত অচিনাক্ত বাহনৰ খুন্দাত  নিহত  এজন

By

Published : Apr 10, 2019, 3:11 PM IST

Updated : Apr 10, 2019, 8:05 PM IST

2019-04-10 13:53:12

কলিয়াবৰত অচিনাক্ত বাহনৰ খুন্দাত  নিহত  এজন

কলিয়াবৰত অচিনাক্ত বাহনৰ খুন্দাত  নিহত  এজন

কলিয়াবৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনা

পুৱা প্ৰায় 10 বজাত এখন অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় চৰণ সিং ৰংহাং নামৰ লোকজন

প্ৰতক্ষ্যদৰ্শীৰ মতে নিহত লোকজন গাড়ীৰ বাবে ৰৈ থকাৰ সময়ত সংঘটিত হয় দুৰ্ঘটনাটো

নিহত লোকজন কঁঠালগুৰিৰ টেৰং গাঁৱৰ বুলি জানিব পৰা গৈছে 

ঘটনা সংঘটিত কৰা বাহনখন কৰায়ত্ব কৰিবলৈ তদন্ত অব্যাহত জখলাবন্ধা আৰক্ষীৰ

Last Updated : Apr 10, 2019, 8:05 PM IST

ABOUT THE AUTHOR

...view details