কলিয়াবৰ,২৪ জুলাই: অসমীয়া সাহিত্য জগতৰ এটি তেনেই চিনাকী নাম ৰঞ্জু হাজৰিকা। অসমীয়া সাহিত্য়ত ৰহস্যৰ এক নতুন ধাৰাৰ সৃষ্টি কৰা ৰঞ্জু হাজৰিকা নবীন-প্ৰবীন সকলোৰে মাজত সমানেই জনপ্ৰিয় ।
Birthday of Ranju Hazarika: ৰঞ্জু হাজৰিকাৰ ওপজা দিন পালন - 75th Birthday of Ranju Hazarika Celebration
অসমীয়া সাহিত্য জগতৰ এটি তেনেই চিনাকী নাম ৰঞ্জু হাজৰিকা। এক বিৰামহীন যাত্ৰাৰে 'বহুৰূপী'ৰ পৰা 'বিচ্ছুৰিত প্ৰেমৰ বৰ্ণালী' লৈকে বিষ্ময়কৰ প্ৰতিভাৰে ৭৫০ খনতকৈয়ো অধিক অসমীয়া গ্ৰন্থ ৰচনাৰ এক বৰ্ণিল ইতিহাসৰ স্বাক্ষৰ বহনকাৰী ৰহস্য সাহিত্যিক গৰাকীৰ দেওবাৰে ৭৫ সংখ্যক ওপজা দিন পালন কৰা হয়(75th Birthday of Ranju Hazarika Celebration)।
f Birthday of Ranju Hazarika Celebration: ৰঞ্জু হাজৰিকাৰ ওপজা দিন পালন
এইগৰাকী সাহিত্য়িকে ৰচনা কৰিছে বহুতো জনপ্ৰিয় গ্ৰন্থ । এক বিৰামহীন যাত্ৰাৰে 'বহুৰূপী'ৰ পৰা 'বিচ্ছুৰিত প্ৰেমৰ বৰ্ণালী' লৈকে বিষ্ময়কৰ প্ৰতিভাৰে ৭৫০ খনতকৈয়ো অধিক অসমীয়া গ্ৰন্থৰ ৰচনাৰ এক বৰ্ণিল ইতিহাসৰ স্বাক্ষৰ বহনকাৰী ৰহস্য সাহিত্যিক গৰাকীৰ দেওবাৰে ৭৫ সংখ্যক ওপজা দিন পালন কৰা হয় (75th Birthday of Ranju Hazarika Celebration at Kaliabar in Nagaon)।
লগতে পঢ়ক:Children Drama at Kaliabor: কলিয়াবৰত এদল শিশুৰ নাট্যভিনয়ত মুগ্ধ দৰ্শক