অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ পাপৰ বোজা কঢ়িয়াইছে বিজেপিয়েঃ ৰঞ্জিত দাস - কংগ্ৰেছ

কংগ্ৰেছেৰ দিনতেই সত্ৰ আৰু কাজিৰঙাৰ মাটি বেদখল হৈছিলঃ ৰঞ্জিত দাস

ৰঞ্জিত দাস

By

Published : Mar 25, 2019, 6:41 PM IST

নগাঁও, 25 মাৰ্চঃ "কংগ্ৰেছৰ পাপৰ বোজা কঢ়িয়াব লগীয়া হৈছে বিজেপিয়ে ।" এই মন্তব্য বিজেপি সভাপতি ৰঞ্জিত দাসৰ । সোমবাৰে নগাঁৱত অগপ- বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ।

ৰঞ্জিত দাস
লগতে সভাপতি গৰাকীয়ে কয়, "কংগ্ৰেছৰ বাবেই অসমত সৃষ্টি হৈছিল বিদেশী সমস্যাৰ । কংগ্ৰেছেৰ দিনতেই মাটি বেদখল হৈছিল সত্ৰ আৰু কাজিৰঙাৰ । কংগ্ৰেছ আৰু এ আই ইউ ডি এফ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । দল দুটাৰ মাজত থকা মিতিৰালী কোনো নতুন কথা নহয় ।

ABOUT THE AUTHOR

...view details