অসম

assam

ETV Bharat / state

শুকুৰবাৰে মুকলি নহয় ৰহাৰ টোলগেট

ৰাজ্যিক পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰিছিল ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত টোলগেট পুনৰ আৰম্ভ কৰাৰ কথা ৷ ৰহাৰ লগতে ৰাজ্যত মুঠ তিনিখন টোলগেট খোলা হ’ব ৷

Raha tollgate will not be inaugurated on friday
শুকুৰবাৰে মুকলি নহয় ৰহা টোলগেট

By

Published : Jan 10, 2020, 11:17 AM IST

Updated : Jan 10, 2020, 11:57 AM IST

ৰহা,10 জানুৱাৰীঃশুকুৰবাৰে মুকলি কৰা নহয় ৰহা টোলগেট ৷ NHAIৰ উচ্চস্তৰীয় সূত্ৰই ETVৰ সাংবাদিকক ফোনযোগে জনায় এই কথা ৷ 20 জানুৱাৰীৰ পূৰ্বে মুকলিৰ সম্ভাৱনা আছে টোল প্লাজাখন ৷ আনহাতে, একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক অস্বীকাৰ NHAIৰ ৷

শুকুৰবাৰে মুকলি নহয় ৰহা টোলগেট

উল্লেখ্য যে, ৰাজ্যিক পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰিছিল ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত টোলগেট পুনৰ আৰম্ভ কৰাৰ কথা ৷ ৰহাৰ লগতে ৰাজ্যত মুঠ তিনিখন টোলগেট খোলা হ’ব ৷ ইপিনে গুৱাহাটীৰ লগতে নগাঁও আৰু বঙাইগাঁৱত নিৰ্মাণ কৰা হ'ব নতুনকৈ উৰণীয়া সেঁতু । গুৱাহাটীৰ লখৰা,গড়চুক আৰু বেলতলাত ৰাষ্ট্ৰীয় ঘাইপথৰ আঁৰত নিৰ্মাণ কৰা হ'ব উৰণীয়া সেঁতু।

লগতে পঢ়ক-গৌৰী লংকেশ হত্যাকাণ্ডত জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ

Last Updated : Jan 10, 2020, 11:57 AM IST

ABOUT THE AUTHOR

...view details