ৰহাত ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন - ৰহা
ৰহাত অচিনাক্ত বাহনৰ খুন্দাত পথচাৰীৰ অকাল মৃত্যু ৷
![ৰহাত ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4520582-thumbnail-3x2-raha.jpg)
ৰহাত ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
ৰহা, 22 ছেপ্টেম্বৰঃ ৰহাৰ খাইগড়ত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন পথচাৰী ৷ এখন অচিনাক্ত বাহনৰ খুন্দাত ঘটনাস্থলীতেই নিহত হয় ৰহা হাৰিয়ামুখ গাঁৱৰ গাঁওবুঢ়া দিলীপ কলিতা নামৰ ব্যক্তিজন ৷ তথ্যনুসৰি ৰহাৰ সাপ্তাহিক বজাৰৰ পৰা বজাৰ কৰি নিজা ঘৰলৈ গৈ আছিল গাঁওবুঢ়াজন ।