অনুভাষ যন্ত্ৰৰে কলিয়াবৰৰ হাটবৰত ৰেডিঅ’ বাতৰি - অনুভাষ যন্ত্ৰৰে কলিয়াবৰৰ হাটবৰত ৰেডিঅ বাতৰি
নষ্টালজিক লোকৰ অতীত সোঁৱৰণ । কলিয়াবৰৰ হাটবৰ গাঁও পঞ্চায়তৰ ব্যৱস্থাত এতিয়াও সক্ৰিয় হৈ আছে ৰেডিঅ'ৰ ব্যৱস্থা(Still active radio broadcast in Kaliabor) । যদিও এই ব্যৱস্থা ৰাজ্যৰ সকলো গাঁও পঞ্চায়ততে ১০ বছৰ আগতেই আৰম্ভ কৰিছিল কিন্তু চোৱা-চিতাৰ অভাৱত বহু পঞ্চায়তত বিকল হৈ পৰি আছে । জখলাবন্ধা, হাতীগাঁও বাগিচা গাঁও পঞ্চায়ত, কুঁৱৰীটোলত গাঁও পঞ্চায়তত এই ব্যৱস্থা সক্ৰিয় অৱস্থাত আছে বুলি জনা যায় ।
![অনুভাষ যন্ত্ৰৰে কলিয়াবৰৰ হাটবৰত ৰেডিঅ’ বাতৰি radio news at kaliabar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16393477-186-16393477-1663348382598.jpg)
অনুভাষ যন্ত্ৰৰে কলিয়াবৰৰ হাটবৰত ৰেডিঅ বাতৰি
নষ্টালজিক লোকৰ অতীত সোঁৱৰণ । কলিয়াবৰৰ হাটবৰ গাঁও পঞ্চায়তৰ ব্যৱস্থাত এতিয়াও সক্ৰিয় হৈ আছে ৰেডিঅ'ৰ ব্যৱস্থা(Still active radio broadcast in Kaliabor) । যদিও এই ব্যৱস্থা ৰাজ্যৰ সকলো গাঁও পঞ্চায়ততে ১০ বছৰ আগতেই আৰম্ভ কৰিছিল কিন্তু চোৱা-চিতাৰ অভাৱত বহু পঞ্চায়তত বিকল হৈ পৰি আছে । জখলাবন্ধা, হাতীগাঁও বাগিচা গাঁও পঞ্চায়ত, কুঁৱৰীটোলত গাঁও পঞ্চায়তত এই ব্যৱস্থা সক্ৰিয় অৱস্থাত আছে বুলি জনা যায় ।
অনুভাষ যন্ত্ৰৰে কলিয়াবৰৰ হাটবৰত ৰেডিঅ বাতৰি
TAGGED:
radio news at kaliabar