অসম

assam

ETV Bharat / state

চমুৱা গাঁৱত কৰ্মী একতা দিৱস পালন - nagaon news

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশত কৰ্মী একতা দিৱস উদযাপন কৰা হয় । নেহেৰু যুৱ কেন্দ্ৰ নগাঁৱৰ উদ্যোগত চমুৱা গাঁৱৰ হাতীচুং চিত্ৰকলা বিদ্যালয়ত শিশু যুৱক-যুৱতী সকলক লৈ এই দিৱসটি উদযাপন কৰা হয় ।

quarmi
quarmi

By

Published : Nov 19, 2020, 10:33 PM IST

চামগুৰি, 19 নৱেম্বৰ : নগাঁও চমুৱাগাঁৱত কৰ্মী একতা দিৱস পালন ৷ দেশৰ প্ৰাক্তন প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশত কৰ্মী একতা দিৱস উদযাপন কৰা হয় । তাৰ সমান্তৰালকৈ নেহেৰু যুৱ কেন্দ্ৰ নগাঁৱৰ উদ্যোগত চমুৱা গাঁৱৰ হাতীচুং চিত্ৰকলা বিদ্যালয়ত শিশু যুৱক-যুৱতী সকলক লৈ এই দিৱসটি উদযাপন কৰা হয় । অনুষ্ঠানটিত বন্তি প্ৰজ্বলন, চাফাই অভিযান, বৃক্ষ ৰোপণ কৰি তাৰ পাচতে এই কৰ্মী একতা দিৱসৰ বাবে ৰাইজক সজাগ কৰিবলৈ এটা সমদল উলিওৱা হয় ।

চমুৱা গাঁৱত কৰ্মী একতা দিৱস পালন

ABOUT THE AUTHOR

...view details