- নগাঁৱৰ হোটেল টেন ইলেভেনৰ সন্মুখত উত্তপ্ত পৰিস্থিতি
- হোটেলখনত চলি আছে ফ্লায়িং স্কোৱাদৰ অভিযান
- কংগ্ৰেছ নেতাই মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ ধন জব্দ কৰাৰ সন্দেহ
- কংগ্ৰেছ নেতাৰ বিৰুদ্ধে একাংশ বিজেপি কৰ্মীৰ প্ৰতিবাদ
- ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ মুর্দাবাদ ধ্বনিৰে উত্তাল হোটেল টেন ইলেভেনৰ প্ৰাংগন
কংগ্ৰেছ নেতাৰ বিৰুদ্ধে একাংশ বিজেপি কৰ্মীৰ প্ৰতিবাদ
কংগ্ৰেছ নেতাৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপি কৰ্মীৰ - বিজেপি
ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ মুর্দাবাদ ধ্বনিৰে উত্তাল হোটেল টেন ইলেভেনৰ প্ৰাংগন

কংগ্ৰেছ নেতাৰ বিৰুদ্ধে একাংশ বিজেপি কৰ্মীৰ প্ৰতিবাদ