অসম

assam

ETV Bharat / state

কামপুৰৰ বকুলগুৰিৰ খহনীয়া এলেকাত ৰাইজৰ প্ৰতিবাদ - প্ৰতিবাদকাৰী

গৰাখহনীয়া প্ৰতিৰোধত ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷ বৰ্তমানেও উন্মুক্ত হৈ আছে মাথাউৰিৰ বহু এলেকা

কামপুৰৰ বকুলগুৰিৰ খহনীয়া এলেকাত ৰাইজৰ প্ৰতিবাদ

By

Published : Jun 25, 2019, 12:42 PM IST

Updated : Jun 25, 2019, 1:26 PM IST

বঢ়মপুৰ, 25 জুন : কামপুৰৰ বকুলগুৰিৰ খহনীয়া এলেকাত ৰাইজৰ প্ৰতিবাদ ৷ গৰাখহনীয়া প্ৰতিৰোধত ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ । বকুলগুৰি গাঁৱৰ প্ৰায় এক কিলোমিটাৰ এলেকাত কপিলী নৈয়ে তীব্ৰ খহনীয়া সৃষ্টি কৰা এলেকাৰ মাত্ৰ চাৰিশ মিটাৰ বান্ধহে ঠিকাদাৰে নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰে ৰাইজে ৷ তিনি কোটি ষাঠি লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা থকা হৈছে বকুলগুৰিৰ বান্ধটো । কিন্তু বৰ্তমানেও উন্মুক্ত হৈ আছে মাথাউৰিটোৰ বহু এলেকা । খহনীয়া এলেকা সম্পূৰ্ণকৈ নিৰ্মাণ কৰাৰ দাবী প্ৰতিবাদী ৰাইজৰ ৷

কামপুৰৰ বকুলগুৰিৰ খহনীয়া এলেকাত ৰাইজৰ প্ৰতিবাদ
Last Updated : Jun 25, 2019, 1:26 PM IST

ABOUT THE AUTHOR

...view details