অসম

assam

ETV Bharat / state

লাহৰীঘাটত নাৰীদেহৰ ৰমৰমীয়া বেহাঃ ৰাইজে কৰিলে উৎখাত - তিনিচুকীয়া

স্থানীয় ৰাইজে হাতে লোটে ধৰা পেলায়ইনামূল হক, মাজাহাৰুল ইছলাম নামৰ লোকজনৰ লগতে বেগম উপাধিধাৰী ডিব্ৰুগড়ৰ এগৰাকী মহিলাক । লাহৰীঘাটৰ তিনিচুকীয়া বজাৰৰ গাতে লাগি থকা এগৰাকী মগিলাৰ ঘৰত দীৰ্ঘদিনৰে পৰা এই ব্যৱসায় চলি আহিছিল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

নাৰী দেহ ব্যৱসায়ীৰ ঘাটি উচ্ছেদ লাহৰীঘাটৰ তিনিচুকীয়াত

By

Published : Jun 1, 2019, 3:50 PM IST

লাহৰীঘাট, 1 জুন: লাহৰীঘাটত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত ৷ লাহৰীঘাটৰ তিনিচুকীয়াত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত স্থানীয় ৰাইজৰ । স্থানীয় ৰাইজে হাতে লোটে ধৰা পেলায়ইনামূল হক, মাজাহাৰুল ইছলাম নামৰ লোকজনৰ লগতে বেগম উপাধিধাৰী ডিব্ৰুগড়ৰ এগৰাকী মহিলাক । লাহৰীঘাটৰ তিনিচুকীয়া বজাৰৰ গাতে লাগি থকা এগৰাকী মগিলাৰ ঘৰত দীৰ্ঘদিনৰে পৰা এই ব্যৱসায় চলি আহিছিল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

নাৰী দেহ ব্যৱসায়ীৰ ঘাটি উচ্ছেদ লাহৰীঘাটৰ তিনিচুকীয়াত

লগতে পঢ়ক: ধুবুৰী আৰক্ষীৰ উদ্যোগত ইফটাৰ পাৰ্টিৰ আয়োজন

শুকুৰবাৰে সন্ধিয়া স্থানীয় ৰাইজে হাতে লোটে ধৰি তিনি অভিযুক্তক আটক কৰি আৰক্ষীক গতাই দিয়ে যদিও মূল অভিযুক্ত মহিলাগৰাকী পলাই সাৰে ।

ABOUT THE AUTHOR

...view details