নগাঁও, 27 মাৰ্চঃ "ভানুৱে হায়দাৰাবাদত জীয়েকৰ বিয়া পাতি পাৰ্টী নিদিলে অসমত"- তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী এম জি ভি কে ভানুক সমালোচনা কৰিবলৈ গৈ সাংবাদিকৰ আগত এই মন্তব্য কৰে বৰ্তমান অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ লগতে তেওঁ যে, হাইদাৰাবাদত ছোৱালীৰ বিয়া পাতিবলৈ অসমৰ পৰা দুই ট্ৰাক বাঁহ অসমৰ পৰা নিছে, কিন্তু হায়দৰাবাদৰ পৰা একো আনিব নোৱাৰে বুলি কয় বিজেপিৰ নেতা গৰাকীয়ে ৷
ভানুৱে হায়দাৰাবাদত জীয়েকৰ বিয়া পাতি পাৰ্টী নিদিলে অসমত - পিয়ুষ হাজৰিকা
হাইদাৰাবাদত ছোৱালীৰ বিয়া পাতিবলৈ অসমৰ পৰা নিয়া হৈছিল দুই ট্ৰাক বাঁহ , কিন্তু হায়দৰাবাদৰ পৰা আমি একো আনিব নোৱাৰো ৷ ইফালে কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু এম জি ভিকে ভানুৱে অসমীয়া ভালদৰে ক'ব নোৱাৰে বুলিও কটাক্ষ কৰে পিয়ুষ হাজৰিকাই ৷
![ভানুৱে হায়দাৰাবাদত জীয়েকৰ বিয়া পাতি পাৰ্টী নিদিলে অসমত](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2821920-794-9715de2f-c2d8-4c7b-bf13-d3069d03b9c2.jpg)
ভানুৱে হায়দাৰাবাদত জীয়েকৰ বিয়া পাতি পাৰ্টী নিদিলে অসমতঃ পিয়ুজ
ভানুৱে হায়দাৰাবাদত জীয়েকৰ বিয়া পাতি পাৰ্টী নিদিলে অসমতঃ পিয়ুজ
ইফালে কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু এম জি ভিকে ভানুৱে অসমীয়া ভালদৰে ক'ব নোৱাৰে কটাক্ষ কৰে পিয়ুজ হাজৰিকাই ৷