অসম

assam

ৰূপহীহাটত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

By

Published : Apr 18, 2021, 6:23 AM IST

শনিবাৰে বিয়লি ভাগত ৰূপহীহাটৰ কছাৰী গাঁৱত প্ৰকাণ্ড অজগৰ উদ্ধাৰ ৷ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে অজগৰটো ৷

pithon-rescued
ৰূপহীহাটত অজগৰ উদ্ধাৰ

ৰূপহীহাট,18 এপ্ৰিল : নগাঁও জিলাৰ ৰূপহীহাটৰ কছাৰী গাঁৱত শনিবাৰে বিয়লি ভাগত উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ ৷ এডৰা বাঁহনিত মুক্তভাৱে বিচৰণ কৰি আছিল অজগৰটো ৷

ৰূপহীহাটত অজগৰ উদ্ধাৰ

অজগৰটো প্ৰত্যক্ষ কৰি লাওখোৱা অভয়াৰণ্যৰ ৰৌমাৰী বন শিবিৰৰ বনবিষয়াক খবৰ দিয়ে স্থানীয় ৰাইজে ৷ ঘটনাস্থলীত বন বিষয়া উপস্থিত হৈ বাঁহনি ডৰাৰ পৰা অজগৰটো উদ্ধাৰ কৰি লাওখোৱা অভয়াৰণ্যত এৰি দিয়া বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :ডিব্ৰুগড়ত 144 ধাৰা বলৱৎ

ABOUT THE AUTHOR

...view details