বটদ্ৰৱা, 1 জুলাই : নগাঁও আৰু ধিং আৰক্ষীৰ সফল অভিযান ৷ ধিঙৰ জেঙনিৰ পৰা জব্দ কৰিলে এটা 38 পিষ্টলসহ আঠজাঁই সজীৱ গুলি । ঘটনাৰ সৈতে জড়িত নুৰ ইছলামক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷
ধিঙত পিষ্টলসহ সজীৱ গুলি উদ্ধাৰ - নুৰ ইছলামক আটক
নগাঁও আৰু ধিং আৰক্ষীৰ সফল অভিযান ৷ ধিঙৰ জেঙনিৰ পৰা জব্দ কৰিলে এটা 38 পিষ্টলসহ আঠজাঁই সজীৱ গুলি ।
![ধিঙত পিষ্টলসহ সজীৱ গুলি উদ্ধাৰ 38 পিষ্টলসহ আঠজাঁই সজীৱ গুলি উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7843405-646-7843405-1593585101561.jpg)
ধিঙত পিষ্টলসহ সজীৱ গুলি উদ্ধাৰ
ধিঙত পিষ্টলসহ সজীৱ গুলি উদ্ধাৰ
গোপন সূত্ৰৰ পম খেদি নুৰ ইছলামৰ ঘৰৰ পৰা আৰক্ষীৰ দলটোৱে পিষ্টলসহ গুলি উদ্ধাৰ কৰে ৷ ইতিমধ্যে ধিং থানাত নুৰ ইছলামক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : ৰজনীগন্ধাৰ খেতি কৰি বিপাঙত বাক্সাৰ খেতিয়ক
Last Updated : Jul 1, 2020, 1:03 PM IST