অসম

assam

By

Published : Dec 2, 2022, 3:34 PM IST

ETV Bharat / state

Photographer Asim Kundu is no more : নগাঁৱৰ বিশিষ্ট ফটোগ্ৰাফাৰ অসীম কুণ্ডু আৰু নাই...

নগাঁও জিলাৰ বিশিষ্ট ফটোগ্ৰাফাৰ, সাংবাদিক অসীম কুণ্ডুৰ বৃহস্পতিবাৰে নিশা মৃত্যু হয় (Photographer Asim Kundu dies)। ৬১ বছৰ বয়সত জ্যোতিনগৰস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ফটোগ্ৰাফাৰগৰাকীয়ে । 'বিস্ময়' আলোচনীৰ ফটোগ্ৰাফাৰ আছিল প্ৰয়াত কুণ্ডু । নগাঁও ফটোগ্ৰাফাৰ এচ'ছিয়েশ্যনৰ সভাপতি আছিল অসীম কুণ্ডু । তেওঁৰ মৃত্যুত সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পৰিছে ।

Nagaon
নগাঁৱৰ বিশিষ্ট ফটোগ্ৰাফাৰ অসীম কুণ্ডু আৰু নাই

  • নগাঁৱৰ বিশিষ্ট ফটোগ্ৰাফাৰ অসীম কুণ্ডুৰ দেহাৱসান (Photographer Asim Kundu passes away)
  • নিশা জ্যোতিনগৰস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ফটোগ্ৰাফাৰগৰাকীয়ে
  • দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত কাৰণত চিকিৎসাধীনো হৈ আছিল
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ
  • নগাঁও ফটোগ্ৰাফাৰ এচ'ছিয়েশ্যনৰ সভাপতি আছিল কুণ্ডু (Nagaon Photographer Association President died)
  • ইয়াৰোপৰি তেওঁ 'বিস্ময়' আলোচনীৰ ফটোগ্ৰাফাৰ আছিল
  • ছবি নিৰ্মাতা অৰূপ মান্নাৰ সকলো ছবিৰেই তেওঁ স্থিৰ চিত্ৰ গ্ৰহণকাৰী আছিল
  • তেওঁ স্থানীয় এটা নিউজ চেনেলৰো জ্যেষ্ঠ ফটো সাংবাদিক আছিল
  • নগাঁও চহৰত তেওঁৰ আছিল 'ৰিয়েল ফটো ইমেজ' নামৰ এটা ষ্টুডিঅ'
  • অসীম কুণ্ডুৰ মৃত্যুত সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পৰিছে

ABOUT THE AUTHOR

...view details