ETV Bharat / state
ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত নগাঁৱৰ মেট্ৰো হাস্পতাল
পুনৰ উত্তপ্ত পৰিস্থিতি নগাঁৱৰ মেট্ৰো হাস্পতালত (Tense situation in Nagaon Metro Hospital) ৷ ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল ব্যক্তিগত চিকিৎসালয়খনৰ চৌহদ ৷ চিকিৎসকৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ পৰিয়ালৰ লোকৰ (Patients died in Metro Hospital) ৷
ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত নগাঁৱৰ মেট্ৰো হাস্পতাল
By
Published : Sep 22, 2022, 10:33 PM IST
| Updated : Sep 22, 2022, 10:58 PM IST
- পুনৰ উত্তপ্ত পৰিস্থিতি নগাঁৱৰ মেট্ৰো হাস্পতালত (Tense situation in Nagaon Metro Hospital)
- ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল ব্যক্তিগত চিকিৎসালয়খনৰ চৌহদ
- চিকিৎসকৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ পৰিয়ালৰ লোকৰ (Patients died in Metro Hospital)
- চাৰিদিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল জুৰীয়াৰ শালপাৰাৰ পাৰবিন চুলতানা নামৰ এগৰাকী মহিলাক
- বৃহস্পতিবাৰে চিকিৎসালয়তে মৃত্যু হয় মহিলাগৰাকীৰ
- চিকিৎসালয়খন বন্ধ কৰি দিয়াৰ দাবী নিহত মহিলাগৰাকীৰ আত্মীয়ৰ
ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত নগাঁৱৰ মেট্ৰো হাস্পতাল
Last Updated : Sep 22, 2022, 10:58 PM IST