অসম

assam

ETV Bharat / state

দুচকু আন্ধাৰে আৱৰি ধৰা এগৰাকী কিশোৰীৰ কৰুণ জীৱন গাঁথাৰ কথাৰে...... - জয়শ্ৰী কৰুণ জীৱন গাঁথা

জীৱনৰ প্ৰাৰম্ভণিতেই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা এগৰাকী কিশোৰীৰ কাহিনী শুনিলে চকুৰ লোটক টুকিব আপুনিও ৷ বিশেষভাৱে সক্ষম জয়শ্ৰীৰ খবৰ ল'বলৈ আহৰি নাই ৰজাঘৰীয়াৰ ৷

এগৰাকী কিশোৰীৰ কৰুণ বাস্তৱ কাহিনী

By

Published : Nov 16, 2019, 7:14 PM IST

Updated : Nov 16, 2019, 7:49 PM IST

বটদ্ৰৱা , 16 নৱেম্বৰ: জীৱনৰ প্ৰাৰম্ভণিতেই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা এগৰাকী কিশোৰীৰ কাহিনী শুনিলে চকুৰ লোটক টুকিব আপুনিও ৷ কিশোৰী গৰাকীৰ নাম জয়শ্ৰী বৰা ৷ ঘৰ নগাঁও জিলাৰ বটদ্ৰৱাৰ ন- মাটিত ৷ জন্মৰে পৰা এটা চকু আৰু এখন কাণ বিকল জয়শ্ৰীৰ ৷ ক্ৰমাৎ সক্ষম চকুটোৰো দৃষ্টি শক্তি হেৰুৱাব ধৰিছে ৷ আৰ্থিক ভাৱে জুৰুলা পৰিয়ালটোৰ জীয়ৰী জয়শ্ৰীয়ে জীয়াই থকাৰ অদম্য হেঁপাহ মনত পুহি ৰাখিছে যদিও বৰ্তমান ঘৰৰ ভিতৰতে বিছনাখনক সংগী কৰি দিন কটাবলগীয়া হৈছে ৷ এই সন্দৰ্ভত চাওক আমাৰ এক প্ৰতিবেদন -

দুচকুক আন্ধাৰে আৱৰি ধৰা এগৰাকী কিশোৰীৰ কৰুণ জীৱন গাঁথা
Last Updated : Nov 16, 2019, 7:49 PM IST

ABOUT THE AUTHOR

...view details